--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে শৰীৰৰ সকলো কোষৰ দ্বাৰা উৎপন্ন হোৱা এক প্ৰকাৰ মম সদৃশ পদাৰ্থ। শৰীৰৰ বাবে ই অতি প্ৰয়োজনীয় যদিও ইয়াৰ পৰিমাণ বেছি হ’লে হৃদৰোগ, ওজন বৃদ্ধি, হাৰ্ট এটেক, ষ্ট্ৰোক আদি সমস্যাৰ সৃষ্টি কৰে। কলেষ্টেৰল দুবিধ- এল ডি এল কলেষ্টেৰল আৰু এইচ ডি এল কলেষ্টেৰল। এল ডি এল কলেষ্টেৰল (বেয়া কলেষ্টেৰল) য়ে শৰীৰত লাগি থকা মমৰ পৰিমাণ বৃদ্ধি কৰে, আনহাতে এইচ ডি এল কলেষ্টেৰল (ভাল কলেষ্টেৰল) য়ে লাগি থকা মমৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। 

সেয়ে এল ডি এল কলেষ্টেৰলৰ অধিক মাত্ৰা পৰিহাৰ কৰি কম পৰিমাণৰ এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰিব লাগে। আজি আমি আপোনালোকক ৫ টা শুকান ফলৰ বিষয়ে তথ্য দিম, যিবোৰ তিয়াই খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

১) আখৰোটঃ আখৰোটত ওমেগা-৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু মেগনেছিয়াম থাকে। আখৰোটে শৰীৰত ছুগাৰৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু কলেষ্টেৰলৰ সমস্যা নোহোৱা কৰে।

২) আলমণ্ডঃ আলমণ্ডত ভিটামিন ই, মেগনেছিয়াম, আঁহ আৰু প্ৰটিন থাকে। আলমণ্ডত থকা আলফা-লিনোলেনিক এচিড হৈছে এক প্ৰকাৰৰ ওমেগা-৩ ফেটি এচিড, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৩) কিচমিচঃ কিচমিচত প্ৰাকৃতিক ছুগাৰ থাকে যিয়ে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও কিচমিচত ভিটামিন চি, কেলচিয়াম আৰু আঁহ আদিও থাকে।

৪) কাজুঃ কাজুত আঁহ, মেগনেছিয়াম আৰু প্ৰটিন থাকে। কাজুত থকা বহুতো গুণৰ বাবে ই কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৫) খেজুৰঃ খেজুৰত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, এমিনো এচিড, ফছফৰাছ, পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ