--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহক লৈ চৰ্চা চলি থকাৰ সময়তে আন এগৰাকী অভিনেত্ৰীৰ বিয়াক লৈও চলিছে তীব্ৰতৰ চৰ্চা। খবৰ অনুসৰি, ‘কই মিল গয়া’ ছবিখনত এগৰাকী সৰু ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী হংসিকা মটৱানী শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব। হংসিকাৰ বিয়াৰ বাবে ৰাজস্থান জয়পুৰৰ এটা ৪৫০ বছৰ পুৰণি ৰাজকীয় মহল বুক কৰা হৈছে। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ।

চলিত বৰ্ষৰ ডিচেম্বৰত হংসিকা মটৱানী বিবাহপাশত আবদ্ধ হ’ব। এই বিয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। হংসিকাই যাৰ লগত বিয়া হ’বলৈ গৈ আছে তেওঁৰ নাম এতিয়ালৈকে প্ৰকাশ হোৱা নাই। অৰ্থাৎ হংসিকাৰ দৰা কোন সেয়া জানিব পৰা হোৱা নাই। হংসিকাৰ দৰাৰ পিতৃ ৰাজনীতিৰ সৈতে জড়িত আৰু দৰা পেছাত এজন ব্যৱসায়ী বুলি জানিব পৰা গৈছে।

বলীউডত বৰ বিশেষ যাদু দেখুৱাব নোৱাৰিলে হংসিকাই। শৈশৱত বহু টিভি ছিৰিয়েলত কাম কৰিছে হংসিকা মটৱানীয়ে। যাৰ ভিতৰত আছে ‘ছাকা লাকা বুম-বুম’, ‘কিউকি ছাচ ভি কভি বহু থী’ আৰু ‘ছ’নপৰী’। একে সময়তে হৃতিক ৰোশনৰ ছবি ‘কই মিল গয়া’ত তেওঁ এগৰাকী স্কুলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয় জয় কৰিছিল হংসিকাই। হংসিকাই তেলেগু আৰু তামিল ছবিতো বহু কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি