--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীৰ মেকুৰী হ’বলৈ প্ৰবল ইচ্ছা জাগি উঠিল। মেকুৰী হোৱাৰ হেঁপাহত এতিয়ালৈকে তেওঁৰ শৰীৰত ২০টা পৰিৱৰ্তন হৈছে। ইটালীৰ ২২ বছৰীয়া যুৱতীগৰাকীৰ নাম চিয়াৰা ডেল’আবাটে। চিয়াৰাই শৈশৱৰ সপোন পূৰণৰ বাবে শৰীৰত ২০টাকৈ পৰিৱৰ্তন সাধন কৰিছে। চিয়াৰাই সমগ্ৰ শৰীৰৰ মুঠ ৭২টা ঠাইত খোচা বিন্ধা কৰিছে। 

ইয়াৰ ভিতৰত তেওঁৰ নাক, ওঁঠ আনকি গোপন অংগও অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও চিয়াৰাই জিভাখন দুভাগ কৰি কাটিছে। চকুৰ পতাত থকা অতিৰিক্ত ছাল বা চৰ্বি আঁতৰাই মেকুৰীৰ দৰে ৰূপ লাভ কৰিবলৈও চিয়াৰাৰ কছমেটিক ছাৰ্জাৰী কৰা হৈছে। 

ইয়াৰ লগতে চকুৰ বগা অংশত টেটু কৰি কাণ দুখন মেকুৰীৰ কাণৰ আকৃতিলৈ সলনি কৰি স্থায়ী আইলাইনাৰ লগাই কপালত ইমপ্লাণ্ট কৰিছে। মেকুৰীৰ দৰে তেওঁ নখ ৰাখিছে। 

১১ বছৰ বয়সৰ পৰাই বডি মডিফিকেচন কৰি অহা চিয়াৰাই ভৱিষ্যতেও বহু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা