--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাবুল সুপ্ৰিয়ৰ বিজেপি ত্যাগ আৰু তৃণমূল কংগ্ৰেছত যোগদানে ইতিমধ্যে সমগ্ৰ পশ্চিমবংগৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে।বিজেপিৰ পৰা নিজ দললৈ সুপ্ৰিয়ৰ দৰে নেতাক আনি যোগ দিয়াব পৰাটো মমতা বেনাৰ্জীৰ বৃহৎ সফলতা বুলিও বহুতে চৰ্চা কৰিছে। এনে চৰ্চাৰ মাজতে আজি গায়ক তথা বিজেপি ত্যাগী সুপ্ৰিয়ই আগবঢ়ায় তাৎপৰ্যপূৰ্ণ বক্তব্য।

তেওঁ কয়, 'মই সদায় প্ৰথম একাদশত থাকিব বিচাৰিছিলো আৰু আজিও বিচাৰো'।তেওঁ লগতে কয় যে তেওঁক তৃণমূল কংগ্ৰেছত যোগদান কৰোৱাৰ আঁ‌ৰৰ মূল মানুহজন হ'ল ডেৰেক অ'ব্ৰাইন। মানুহৰ সমালোচনাৰ সন্মুখীন হ'ব বুলি জানিও তেওঁ এই সিদ্ধান্ত লৈছিল বুলি প্ৰকাশ কৰে সংবাদ মেলত। যি নহওঁ‌ক, সুপ্ৰিয়ৰ তৃণমূল গমনে ৰাজ্যখনত দলটোৰ হাত অধিক সুদৃঢ় কৰাৰ লগতে বিজেপিৰ অৱশিষ্ট ভেটিত কঁ‌পনি তোলাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক বিশ্লেষক মহলে মত পোষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ