--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কালি পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰে। দলীয় কন্দলত জৰ্জৰিত পঞ্জাৱ কংগ্ৰেছৰ বাবে সিঙৰ এই সিদ্ধান্ত অপ্ৰত্যাশিত মুঠেও নাছিল।পদত্যাগৰ পিছতে তেওঁ ক্ষোভেৰে কৈছিল যে দলৰ শীৰ্ষ নেতৃত্বই এতিয়া নিজৰ আস্থাৰ যিকোনো প্ৰাৰ্থীকে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিব পাৰে।

ইয়াৰ পিছতেই আজিৰ দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে সৰ্বাধিক চৰ্চিত হৈছে সুখজিন্দৰ সিং ৰন্ধাৱাৰ নাম। ৰন্ধাৱা ৰাজ্যখনৰ কাৰাগাৰ মন্ত্ৰী।তেওঁৰ পিতৃ সন্তোখ সিং আছিল দুবাৰকৈ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি।ৰন্ধাৱা গুৰুদাসপুৰ জিলাৰ বাসিন্দা আৰু তিনিবাৰৰ বিধায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ