--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। স্বাভাৱিক মাত্ৰাত ই শৰীৰৰ বাবে এক অপৰিহাৰ্য পদাৰ্থ। কিন্তু তেজত ইয়াৰ উপস্থিতি বেছি হ’লে ই এক নিৰৱ হত্যাকাৰী হৈ পৰে যিয়ে মানুহক হাৰ্ট এটেকৰ আশংকাত পেলায়। শৰীৰৰ প্ৰতিটো কোষত কলেষ্টেৰল থাকে আৰু খাদ্য হজম, হৰম’ন তৈয়াৰ আৰু ভিটামিন ডি উৎপাদনত গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাম কৰে। আমাৰ শৰীৰে ইয়াক উৎপন্ন কৰে যদিও খাদ্যৰ জৰিয়তেও ইয়াক লাভ কৰিব পাৰি।

বেয়া কলেষ্টেৰল কমোৱা ১০ টা খাদ্য

যদি আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰো তেন্তে ই কলেষ্টেৰল হ্ৰাস কৰাত বহু পৰিমাণে সহায় কৰিব।  কলেষ্টেৰল বেছি হলে কি খালে হ্ৰাস পাব জানি লওক

১/ ওটচ
২/ বাৰ্লি
৩/ গোটা শস্য
৪/ মাহজাতীয় শস্য
৫/ বেঙেনা
৬/ ভেণ্ডি
৭/ বাদাম
৮/ কেনোলা অইল
৯/ ছয়াবিন
১০) চৰ্বিযুক্ত মাছ

কলেষ্টেৰল নিয়ন্ত্ৰণৰ অন্যান্য উপায়

স্বাস্থ্যসন্মত খাদ্যৰ উপৰিও তেজত থকা বেয়া কলেষ্টেৰল বহু দিশত হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে দৈনন্দিন জীৱনশৈলী আৰু ৰুটিনত পৰিৱৰ্তন আনিব লাগিব। অৱশ্যে ৪টা কথাত বিশেষ গুৰুত্ব দিব লাগিব

১/ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক
২/ নিয়মিত ব্যায়াম
৩/ ধূমপান এৰিব
৪/ ওজন বজাই ৰাখক










FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ