--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাত সংঘটিত লোমহৰ্ষক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে।কলকতাৰ ঘটনাই দেশ জুৰি চৰ্চিত হৈ থকা সময়তে, এই ঘটনাক তিব্ৰ গৰিহণা দি কলকতাত অনুষ্ঠিত হ’বলগীয়া সংগীত অনুষ্ঠান পিছুৱাই দিছে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে৷

এই নিষ্ঠুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে কণ্ঠশিল্পীগৰাকীক৷ তেওঁ প্ৰতিবাদকাৰীৰ সৈতে থিয় দিব বিচাৰে বুলি উল্লেখ কৰি কয়, ‘নাৰী ওপৰত হোৱা এই নিষ্ঠুৰতা দেখি মই কঁপি উঠিছো।’ এনে পৰিস্থিতিত অনুষ্ঠান পৰিৱেশন কৰিবৈ সনসিকভৱে প্ৰস্তু নহয়।’ বুলি উল্লেখ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে৷ 

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৪ ছেপ্টেম্বৰত নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া সংগীত অনুষ্ঠান স্থগিত ৰখাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে৷ যদিও অনুষ্ঠানৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল কিন্তু এই সময়ত প্ৰতিবাদকাৰীৰ সৈতে থিয় দিয়াটো প্ৰয়োজনীয় বুলি উল্লেখ কৰে শ্ৰেয়া ঘোষালে।কণ্ঠশিল্পীগৰাকীৰ এই পদক্ষেপে শ্ৰেয়া ঘোষালে সামাজিক দায়বদ্ধতা তথা সামাজিক বিষয় সমূহৰ প্ৰতি সংবেদনশীলতাৰ প্ৰকাশ কৰিছে৷ 

উল্লেখযোগ্য যে যোৱা ৯ আগষ্টত আৰ জি কাৰ হাস্পতালৰ পৰা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসকে ধৰ্মঘট আৱস্থান কৰিছে, সম্প্ৰতি সমগ্ৰ দেশতে বিয়পি পৰিছে এই প্ৰতিবাদ৷ এই পৰ্যন্ত চিবিআইৰ তদন্ত অব্যাহত আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ