--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন- এটা ব্যক্তিত্ব। এবাৰ ওচৰৰ পৰা স্বচক্ষে চাবলৈ ঊদ্বাউল লক্ষ লক্ষ অনুৰাগী, এবাৰ চুই চোৱাৰ হাবিয়াস! ছুপাৰষ্টাৰগৰাকী অসুস্থ হ'লেই প্ৰাৰ্থনা কৰে অগণন ভাৰতীয়ই। প্ৰচুৰ ঐশ্বৰ্য্যৰ গৰাকী ‘বিগ বি’ক এইবাৰ বিপদত পেলাইছে পাণ মছলাই!

চিনেমাজগতৰ লগতে বিজ্ঞাপন ক্ষেত্ৰখনটো বচ্চন চাহাবৰ স্থান সুকীয়া। পালছ পলিঅ’ৰ চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ অমিতাভ বচ্চনৰ এইবাৰ কেনা লাগিল বিজ্ঞাপন জগতত। এটা ৰাষ্ট্ৰীয় ধঁপাতবিৰোধী সংস্থাই অভিনেতাগৰাকীক পাণ মছলাৰ বিজ্ঞাপনৰ পৰা নিজকে আঁতৰাই আনিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ছুপাৰষ্টাৰ অমিতাভ বচ্চনে শেহতীয়াকৈ 'কমলা পছন্দ' নামৰ পাণ মছলাৰ এক বিজ্ঞাপনত ভাগ লয়। 'নেচনেল অৰ্গানাইজেশ্যন ফৰ ইৰাডিকেশ্যন অব টবেকো'(NOTE) নামৰ সংস্থাটোৱে পাণ মছলাৰ বিভিন্ন ক্ষতিকাৰক দিশ আঙুলিয়াই দি কয় যে, অভিনেতাগৰাকীৰ এনে বিজ্ঞাপনে যুৱ-প্ৰজন্মক পাণ মছলাৰ প্ৰতি আৰু অধিক আকৰ্শিত কৰিব পাৰে। পৰৱৰ্তী সময়ত বলীউড ছুপাৰষ্টাৰগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ