--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ’নাসৃষ্ট ত্ৰাসৰ মাজতে ভুমুকি মাৰিলে এক বিৰল ভাইৰাছে। এই ভাইৰাছৰ নাম দিয়া হৈছে মাংকিপক্স। সমগ্ৰ বিশ্বতে মাংকিপক্স ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। বিশ্বৰ প্ৰায় ৭০খন দেশত এই ৰোগ বিয়পি পৰিছে। এইপৰ্যন্ত প্ৰায় ১৬ হাজাৰ লোক এই ৰোগত আক্ৰান্ত হৈছে। মাংকিপক্সৰ ক্ৰমবৰ্ধমান ৰোগী বৰ্ধিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু লোক চিন্তিত হৈ পৰিছে যে কৰনাৰ দৰে মাংকিপক্সো এজনৰ পৰা আন এজনলৈ দেহলৈ বিয়পিব পাৰে নেকি?

 উল্লেখ্য যে এই প্ৰসংগত নয়ডাৰ মেক্স হাস্পতালৰ চিকিৎসক ডাঃ গুঞ্জন মিট্টালৰ কয় যে বৰ্তমান দিল্লীত মাত্ৰ এটা মাংকিপক্সত আক্ৰান্ত হোৱা তথ্য পোহৰলৈ আহিছে। মাংকিপক্স হৈছে ভাইৰাছজনিত ৰোগ। এনে অৱস্থাত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ এই মাংকিপক্স বিয়পিব পাৰে। কিন্তু কি পৰ্যায়ত মাংকিপক্স এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে, সেই বিষয়ে এই এতিয়াও সঠিককৈ ক’ব পৰা নাই গৱেষকসকলে।

 ডাক্তৰ গুঞ্জন মিট্টালে কয় যে মাংকিপক্স এটা অতি বিৰল ৰোগ, যিটো জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পি পৰা ভাইৰাছৰ ফলত হয়। এনে অৱস্থাত এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। কিন্তু কি পৰ্যায়ত মাংকিপক্স বিয়পিব পাৰে, সেই বিষয়ে এই মুহূৰ্তত গৱেষণা অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ