--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰিছে। চীনৰ পিছতে বিশ্বৰ ১০০ খনৰো অধিক দেশলৈ বিয়পিল এই মাৰাত্মক ভাইৰাছ। প্ৰতিজন লোকৰে নোহাৱা হৈ পৰিছিল জীৱনৰ নিৰাপত্তা৷ চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা এই ভাইৰাছ বিধে সমগ্ৰ বিশ্বতে ছানি ধৰিবলৈ বেছি সময় নালাগিল৷ নিয়ন্ত্ৰণহীন এই মাৰাত্মক ভাইৰাছক কোনো এখন ৰাষ্ট্ৰই এতিয়াও হাতৰ মুঠিত আনিব পৰা নাই৷ প্ৰায় ২ টা বছৰে কৰোনাৰ গ্ৰাসত পৰি স্তদ্ধ হৈ পৰিল সাধাৰণ জনজীৱন৷ ক’ভিড ৰ ১৯ ৰ প্ৰথম ঢৌত ভাৰতে যথেষ্ট কম সংখ্যক ক’ভিড -১৯-পজিটিভ কেছৰ সংখ্যা যথেষ্ট কমকৈ পঞ্জীয়ন হৈছিল, যদিও দ্বিতীয় ঢৌৰ ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতিটো অপ্ৰত্যাশিতভাৱে সলনি হৈছিল।

ক’ভিডৰ দ্বিতীয় ঢৌত ভাৰতৰ ৪০০,০০০ ৰো অধিক লোক আক্ৰান্ত হৈছে৷ ক’ভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ Omricon নামৰ নতুন কভিড ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে দক্ষিণ আফ্ৰিকাত৷ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ এই নতুন ভাইৰাছৰ প্ৰজাতিক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে উদিগ্ন প্ৰকাশ কৰিছে৷ নৰেন্দ্ৰ মোদীয়ে এই ভাইৰাছক লৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে৷

প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো লোকক উদ্দেশ্যি ক’য় যে আমি আকৌ সজাগ আৰু সচেতন হবৰ হ’ল নহলে কভিডৰ দৰে এই ভাইৰাছে ছানি ধৰিবলৈ বেছি সময় নালাগিব৷ তেওঁ লগতে ক’য় যে, দেশবাসীয়ে মাস্ক আৰু সামাজিক দুৰুত্বৰ কথা যাতে কোনো কাৰণতে পাহৰি নাযায় তাৰ প্ৰতি সজাগ হৈ থাকিবলৈ ৰাইজক আহ্বান জনাইছে৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰতো অতি সোনকালে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞ জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ স্বাস্থ্য খণ্ডকো এই দিশত অধিক সৰ্তকতাৰে আগবাঢ়ি কাম কৰিবলৈ আহ্বান জনাইছে মোডীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ