--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বেয়া খবৰৰ মাজতে একাধিক ভাল খবৰে আনন্দিত কৰি তুলিছে ছলমান খানক। ভাইজানৰ আনন্দত আহ্লাদিত অনুৰাগী। প্ৰাক্তন প্ৰেয়সী কেটৰিনাক অৰ্ধাঙ্গিনীৰ মৰ্যাদা দিব নোৱাৰিলে ভাইজানে। শুকুৰবাৰে বিবাহ পাশত আৱদ্ধ হ’ব কেটৰিনা-ভিক কৌশল। এনে বিৰহ-বেদনাৰ মাজতে কঁকাল পোনাইছে ছলমান খানে। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে পুনৰ এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ছলমান খান অভিনীত 'লাষ্ট: দ্য ফাইনেল ট্ৰুথ' ছবিখন চলিত বৰ্ষৰ ২৬ নৱেম্বৰত মুক্তি পাইছে। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে ভাইজান। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে ভাৰতীয় গুপ্তচৰ ৰবীন্দ্ৰ কৌশিকৰ জীৱনীমূলক ছবিত অভিনয় কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এইবাৰ 'ব্লেক টাইগাৰ' নামে জনাজাত এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিব ছলমান খানে। ইফালে শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'তো অনুৰাগীয়ে দেখিবলৈ পাব প্ৰিয় অভিনেতাজনক। লগতে তেওঁৰ অভিনীত 'এক থা টাইগাৰ' 'টাইগাৰ-৩' ৰ চিকুৱেল অহা বছৰ মুক্তি পাব। একপ্ৰকাৰ কেটৰিনাক জীৱনসংগী কৰি ল’ব নোৱাৰিলেও জীৱনটোত ছলমানে নতুনকৈ সজাব খুজিছে বুলিয়েই ধাৰণা কৰি লৈছে অনুৰাগীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ