--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তিতাবৰ পূবালী নগৰৰ নুৰ ৰহমান নামৰ এজন যুৱক আৰু তেওঁ পৰিয়ালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ এক ভয়ংকৰ ঘটনা। বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই এগৰাকী অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন চলালে মুছলমান স্বামীয়ে। 


গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।


এই ঘটনা তিতাবৰৰ। তিতাবৰত লাভ জেহাদৰ বলি হৈছে এগৰাকী হিন্দু যুৱতী। বিভিন্ন প্ৰলোভনেৰে হিন্দু যুৱতীগৰাকীক বিয়া পাতি মুছলমান যুৱকজনে মাৰপিত কৰাৰ অভিযোগ পৰিয়ালৰ।


তিতাবৰ পূবালী নগৰৰ নুৰ ৰহমান নামৰ এজন যুৱক আৰু তেওঁ পৰিয়ালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।


অন্তঃসত্ত্বা হিন্দু মহিলাগৰাকীক পেটত গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগ স্বামী নুৰ ৰহমান আৰু বায়েক চুমনিৰ বিৰুদ্ধে।


পেটত গুৰুতৰ আঘাত কৰাত এতিয়া যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈছে আছে মহিলাগৰাকী।

বোৰ্খা পৰিধান নকৰা আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই দীৰ্ঘ দিনৰ পৰা মহিলাগৰাকীক স্বামী নুৰ ৰহমানে অত্যাচাৰ চলাই অহাৰ অভিযোগ তুলিছে মহিলাগৰাকীৰ পৰিয়ালে। ইতিমধ্যে মহিলাগৰাকীৰ মাতৃগৃহৰ লোকে নিশা তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ