--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমিৰ খানৰ লাভ লাইফ সদায়ে চৰ্চাৰ বিষয় হৈ আহিছে। কেতিয়াবা যদি প্ৰীতি জিণ্টাৰ সৈতে নাম সাঙোৰ খাইছে কেতিয়াবা আকৌ ফাতিমা ছানা শেখৰ সৈতে উঠিছে সম্পৰ্কৰ গুঞ্জন। কিন্তু আপুনি জানেনে যে, আমিৰ খানৰ বিৰুদ্ধে উঠিছিল এটা বিস্ফোৰক অভিযোগ। সাংবাদিকৰ সৈতে দিনৰ পাছত দিন ধৰি যৌন সম্ভোগৰ খবৰ ওলাইছিল। সাংবাদিকগৰাকীৰ সৈতে  এটা পুত্ৰ সন্তানৰ পিতৃ হোৱা বুলিও খবৰ ওলাইছিল।আমিৰ-জেছিকাৰ এই সন্তানৰ নাম ৰখা হৈছিল জান। তাৰপাছত কি ঘটিছিল? 

বলীউডৰ গুঞ্জন অনুসৰি, ব্ৰিটিছ সাংবাদিক জেছিকা হাইনসৰ সৈতে এসময়ত প্ৰেমৰ সম্পৰ্ক আছিল আমিৰৰ। তেওঁলোকে আনকি এসময়ত একেলগেও আছিল হেনো। শুনিবলৈ পোৱা মতে, এনে অৱস্থাত অন্তঃসত্ত্বা হৈ পৰিছিল জেছিকা।
জেছিকাৰ ঘনিষ্ঠ মহলে জনোৱা অনুসৰি, সেই সময়ত আমিৰ খানে হেনো সন্তান বিচৰা নাছিল। সম্পৰ্ক বজাই ৰাখিবলৈ হ’ল সন্তান নষ্ট কৰিব লাগিব  বুলিও হেনো চৰ্ত ৰাখিছিল আমিৰ খানে।

কিন্তু সম্পৰ্কক জলাঞ্জলি দি জেছিকাই বিচাৰিছিল সন্তান।সন্তানৰ জন্ম হ’ল। নাম ৰাখিলে জান। সন্তানৰ জন্মৰ পাছতে আমিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল জেছিকাই। গৰ্ভৱতী অৱস্থাত আমিৰে জেছিকৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নিজ সন্তানক মান্যতা দিয়াৰ পৰাও বিৰত আছিল হেনো আমিৰে। সকলো কথা কেৱল এক হনুবাৰ্তা বুলি উৰুৱায় দিছিল অভিনেতা আমিৰে।

কিন্তু ২০১৫ চনত নিজ সন্তানৰ প্ৰসংগত মুখ খুলিছিল  জেছিকাই। দিছিল সন্তান ডাঙৰ হোৱাৰ বাৰ্তা। বিখ্যাত আলোচনী ‘ভোগ’তো এগৰাকী মডেল হিচাপে কাম কৰিছে জেছিকাই। জান আমিৰ-জেছিকাৰ লাভ চাইল্ড হয় নে নহয় এই কথা আজিও ৰহস্যৰ আৱৰ্তত। কিন্তু জানৰ মুখৰ আকাৰ, শাৰীৰিক গঠন যে আমিৰৰ সৈতে বহু খিনি মিল পোৱা বুলি সদৰী কৰিছে আমিৰ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ