--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ভাগ্য কেতিয়া সলনি হয় সেয়া কোনেও ক’ব নোৱাৰে। ভাগ্যৰ বলত ভিক্ষাৰীও কোটিপতি হয়। এজন ফল বেপাৰীৰ হঠাতে সলনি হ’ল ভাগ্য। 

চীনৰ চাংহাইৰ পৰা পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ইয়াৰে এজন ৮৪ বছৰীয়া ব্যক্তিয়ে, মৃত্যুৰ পূৰ্বে নিজৰ ৩.৮৪ কোটি টকাৰ সম্পত্তি এজন ফলমূল বেপাৰীক হস্তান্তৰ কৰিছিল। লিউ নামৰ ফলমূল বেপাৰীজনক কোটি কোটি মূল্যৰ সম্পত্তি প্ৰদান কৰি থৈ গল ব্যক্তিজনে। 

জানিব পৰা অনুসৰি ফল বেপাৰীজনে বৃদ্ধজনৰ যথেষ্ট যত্ন লৈছিল। এই কথাত সুখী হৈ লোকজনে নিজৰ সম্পত্তি ফলমূল বিক্ৰেতাজনৰ হাতত হস্তান্তৰ কৰিলে। ইয়াৰ বাবে তেওঁ চুক্তিৰ কাগজ-পত্ৰও প্ৰস্তুত কৰি লৈছিল।

পৰিয়ালৰ সদস্যসকলে যেতিয়া তেওঁলোকৰ ফ্লেট আৰু বেংকৰ বেলেঞ্চ এজন ফলমূল বিক্ৰেতাৰ নামলৈ ট্ৰেন্সফাৰ হোৱাৰ খবৰ পালে, তেতিয়া তেওঁলোক হতভম্ব হৈ পৰে। এক অভিযোগ উত্থাপন কৰি পৰিয়ালৰ সদস্যই কয় যে তেওঁৰ মানসিক ভাৰসাম্য ভাল নাছিল, যাৰ বাবে তেওঁ নিজৰ সকলো সম্পত্তি ফলমূল বিক্ৰেতাৰ নামত হস্তান্তৰ কৰি দিলে।


.


FOLLOW US F
POPULAR
FEATURE
TRENDY
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ