--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষক নেতা ৰাকেশ টিকাইটৰ এটা ডাঙৰ বিবৃতি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিষয়ে প্ৰকাশ পাইছে। এই মন্তব্যটো মুখ্যমন্ত্ৰী যোগীৰ বিষয়ে। ৰাকেশ টিকাইটে উত্তৰ প্ৰদেশৰ জনসাধাৰণক যোগী আদিত্যনাথৰ জয়লাভ কৰাবলৈ আহ্বান জনাইছে।তেওঁ মুখ্যমন্ত্ৰী যোগীক বিজয়ী কৰাৰ কাৰণো উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী যোগীক ব্যংগাত্মক সুৰত জিকিবলৈ আহ্বান জনাইছে। ৰাকেশ টিকাইটে কৈছিল যে নিৰ্বাচনৰ পিছত বিৰোধীদল শক্তিশালী হৈ থকাটো প্ৰয়োজনীয় হ'ব। সেয়েহে, যোগী জিকিব লাগিব। যোগীৰ লগতে বিজেপিৰ বাকী শীৰ্ষ নেতাসকলেও জিকিব লাগে। কেৱল যদি এই নেতাসকল জয়ী হয় তেতিয়াহে নিৰ্বাচনৰ পিছত বিৰোধী দল শক্তিশালী হৈ থাকিব। গণতন্ত্ৰত, বিৰোধীদল শক্তিশালী হোৱাটোও প্ৰয়োজনীয়। ৰাকেশ টিকাইটে লগতে ক’য় যে, "কৃষকসকলে মোৰ এই মন্তব্যৰ অৰ্থ বুজি পাইছে।" মই মুকলিকৈ একো নকওঁ, কিন্তু আমাৰ কৃষকসকলে মোৰ এই ইংগিতটো ভালদৰে বুজি পাইছে। ৰাকেশ টিকাইটে আওপকীয়াকৈ কৃষকসকলক বিজেপিক পৰাজিত কৰিবলৈ ইংগিত দিছিল৷ ৰাকেশ টিকাইটে কৈছিল যে তেওঁ পোনপটীয়াকৈ কোনো ৰাজনৈতিক বাৰ্তা জাৰী নকৰে৷ তেওঁৰ মতে, ১৩ মাহৰ আন্দোলনৰ পিছত, কৃষকসকল এতিয়া নিজেই জ্ঞানী হৈ পৰিছে। আৰু পঢ়কঃ ভূত আছে,বিজ্ঞানে সকলো বস্তু ঢুকি নাপায়! আইআইটি মাণ্ডিৰ সঞ্চালকৰ বক্তব্যক লৈ চৰ্চা
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই