--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে ডেভিদ ৱাৰ্নাৰে। দেওবাৰে বিশ্বকাপৰ ফাইনেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। সেই দলটোৰ ওপেনাৰ আছিল ৱাৰ্নাৰ। সেয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে।

দেওবাৰে প্ৰায় এক লাখ লোকে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত খেলখন চাবলৈ উপস্থিত হয়। বিশ্বকাপৰ ফাইনেলৰ ওপৰত সকলো ভাৰতীয় অনুৰাগীৰ দৃষ্টি আছিল। এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে ৱাৰ্নাৰে তেওঁলোকৰ হৃদয় ভাঙি পেলালে। ৱাৰ্নাৰে উত্তৰত লিখিছে, “মই ক্ষমা বিচাৰিছো। আমি এখন ডাঙৰ মেচ খেলিলোঁ। পৰিবেশটো বৰ ভাল আছিল। ভাৰতে অতি ভাল প্ৰতিযোগিতা আয়োজন কৰিছে। সকলোকে ধন্যবাদ।”

ৱাৰ্নাৰৰ উত্তৰৰ পিছত অৱশ্যে অনুৰাগীয়ে তেওঁৰ পোষ্টটো ডিলিট কৰে। ফলত ৱাৰ্নাৰৰ পোষ্টটোও ডিলিট হৈ গ’ল। এই বিশ্বকাপত ৱাৰ্নাৰে ১১খন খেলত ৫৩৫ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক