--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চ চিন্তা, তথা সহজ জীৱনযাপনত বিশ্বাসী ৰাতন টাটা৷ যাৰ বঁটাবাহনৰ প্ৰতি নাছিল কোনো হাবিয়াস৷ তেওঁ স্বীকৃতিতকৈ তেওঁৰ কৰ্তব্যৰ প্ৰতিহে গুৰুত্ব প্ৰদান কৰিছিল৷ তেওঁৰ এই কৰ্তব্য পৰায়ন তথা দায়িত্বশীলতা উল্লেখযোগ্য নিদৰ্শন, তেওঁ ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছৰ পৰা লাভ কৰা জীৱনযোৰা সাধনা বঁটা গ্ৰহণতকৈ তেওঁৰ অসুস্থ কুকুৰটোৰ লগত থকাটোহে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল৷

উল্লেখযোগ্য যে ২০১৮ চনত ব্ৰিটেইনৰ সেইসময়ৰ ৰাজকুমাৰ চাৰ্লছ তৃতীয়ই ৰতন টাটাক বাকিংহাম পেলেচলৈ আমন্ত্ৰণ জনাইছিল আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ অধীনত তেওঁৰ সামজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল। ইয়াৰ বাবে আৰম্বৰ পূৰ্ণ অনুষ্ঠানৰো আয়োজন কৰা হৈছিল। কিন্তু তেওঁৰ পোহনীয়া কুকুৰ দুটাৰ ভিতৰত এটা টেংগো আৰু টিটো অসুস্থ হৈ পৰা বাবে শেষ মুহূৰ্তত টাটাই লণ্ডন ভ্ৰমণৰ নিমন্ত্ৰণ নাকচ কৰিছিল৷ 

ৰাজকুমাৰ চাৰ্লছে এই বিষয়ে জ্ঞাত হোৱাত তেওঁ ৰতন টাটাৰ জন্তুৰ প্ৰতিথকা ভলপোৱাত শলাগ লৈ কৈছিল তেওঁ এজন প্ৰকৃত মানুহ। ৰতন এজন সুন্দৰ মনৰ অধিকাৰী, সেইবাবে টাটা পৰিয়াল ইমান সন্মানৰ পাত্ৰ৷ 

এনেদৰে সাধাৰণ জীৱন-যাপন আৰু উচ্চ চিন্তাৰধাৰৰে জীৱন নিৰ্বাহ কৰা ৰতন টাটা কেৱল নিজৰ কৰ্মচাৰী আৰু সমাজৰ প্ৰতি সংবেদনশীল আছিল এনে নহয় পোহনীয়া জন্তুৰ প্ৰতিও তেওঁ সংবেদনশীল আছিল। এই ঘটনাই তাৰেই নিদৰ্শন দাঙি ধৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement