--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য ভাৰতৰ বিন্ধ্যা পৰ্বতৰ অলংকাৰ স্বৰূপ কুনু ৰাষ্ট্ৰীয় উদ্যান তাৰ কাহিনী তথা কিংবদন্তিৰ লগতে তাৰ মনোৰম সৌন্দৰ্যৰ বাবে বহু চৰ্চিত৷ কুনু ৰাষ্ট্ৰীয় উদ্দ্যানক লৈ নিশান্ত কাপুৰ আৰু ফাৰহান খানে 'The Forgotten Pride' নামেৰে এখন ডকুমেণ্টৰী নিৰ্মান কৰিছিল।এই কুনু ৰাষ্ট্ৰীয় উদ্যানতে মৃত চিতাবাঘ এটা নলাত আধা ডু্বি থকা অৱস্থাত বনবিষয়াই উদ্ধাৰ কৰা তথ্য পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি কুনু ৰাষ্ট্ৰীয় উদ্যানৰ নামিবিয়াৰ পৰা অনা চাৰি বছৰীয়া মতা চিতাবাঘ এটা মৃত অৱস্থাত উদ্যানৰ নলাত উদ্ধাৰ কৰিছে।
আফ্ৰিকাৰ পৰা স্থানান্তৰিত কৰা পাছত অষ্টমটো চিতাবাঘৰ মৃত্যু ঘটাৰ তথ্য পোহৰলৈ আহিছে। উদ্যান খনৰ মূখ্য বনসংৰক্ষক বিষয়া উত্তম শৰ্মাই সদৰি কৰা অনুসৰি যোৱাকালি পৱন নামৰ চিতাবাঘটো নলাত আধা ডু্বি থকা অৱস্থাত উদ্ধাৰ কৰে। চিতাবাঘটোৰ শৰীৰত পশু চিকিৎস্যকে কোনো আঘাটৰ চিন দেখিবলৈ পোৱা নাই বুলি জানিবলৈ দিছে৷ 

উল্লেখযোগ্য যে নামিবিয়াৰ পৰা ২০২২ চনৰ ছেপ্টেম্বত প্ৰজেক্ট চিতাৰ অধীনত ভাৰতলৈ প্ৰথম গোট আঠটা আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যোৱা ফেব্ৰুৱাৰীত দ্বিতীয়টো গোটত ১২টা চিতাবাঘ কুনু ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। দেশত চিতাৰ জনসংখ্যা হ্ৰাস পোৱা বাবে চিতাৰ জনসংখ্যাবৃদ্ধিৰ বাবে চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ