--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেৰিলৈকে শুব নালাগে, কিয়নো পলমকৈ শুই থকাসকলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ নাপায়।

ডিজিটেল ডেস্কঃ কাইলৈ লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে মুখৰিত হ'ব চৌপাশ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্যপ্ৰাপ্তিৰ কামনাৰে লক্ষ্মী পূজা পালন কৰা হয়। 


লক্ষ্মী পূজাত কিছুমান কাম কেতিয়াও কৰিব নালাগে। কি কি জানি লওক


ধাৰ নিদিব- লক্ষ্মী পূজাত কাকো ধাৰলৈ বা টকা নিদিব।


দেৰিকৈ শুই নাথাকিব- দেৰিলৈকে শুব নালাগে, কিয়নো পলমকৈ শুই থকাসকলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ নাপায়।


কাকো অপমান নকৰিব- কাকো অপমান নকৰিব। 


অশুদ্ধ বস্তু- পূজাত লোহা, প্লাষ্টিক, কাঁচৰ বাচন ব্যৱহাৰ নকৰিব।


দিয়া বা লোৱা- সন্ধিয়া সময়ত দৈ, গাখীৰ, হালধি, পিয়াজ, নহৰু আদি বস্তু কাকো নিদিব বা নাখাব।


আমিষ খাদ্য নাখাব, নিচাযুক্ত বস্তু নাখাব- মাংস, মাছ আৰু কণী নাখাব। সুৰাপান, ধূমপান নকৰিব।


কাজিয়া নকৰিব- ঘৰত শান্তিপূৰ্ণ আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখক।


সূৰ্যাস্তৰ পাছত এই কাম নকৰিব-  সূৰ্যাস্তৰ পাছত তুলসী গছত পানী নিদিব বা সূৰ্যাস্তৰ পিছত তুলসীৰ পাত নিছিঙিব।


নিন্দা বা মিছা কথা কোৱা- কাৰোবাক নিন্দা কৰা বা মিছা কথা কোৱাৰ পৰা বিৰত থাকক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ