--°C
Loading...
Listen to Article
2 min read
80%

ইংলেণ্ডঃ ইংলেণ্ডৰ সাপ্তাহিক ৰেডিঅ' টাইমছে চলিত বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা শীৰ্ষ ১০ জন খেলুৱৈৰ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাৰ শীৰ্ষ স্থানত আছে তাৰকা ফুটবলাৰ লিঅ’নেল মেছী। বাৰ্চিলোনাত কটোৱা ২১ বছৰীয়া কেৰিয়াৰৰ পাছত আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছীয়ে বিগত মাহত পিএছজিত যোগদান কৰিছিল।

পিএছজিত এসপ্তাহত লিঅ’নেল মেছীৰ উপাৰ্জনৰ পৰিমাণ ১৩লাখ ২৫হাজাৰ ডলাৰ। আনহাতে অলপতে জুভেণ্টাছ এৰি ম্যানচেষ্টাৰ ইউনাইটেডত যোগদান কৰা পৰ্তুগীজ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সাপ্তাহিক দৰমহা প্ৰায় ৪৫৩.৭৩ কোটি টকা।

অৰ্থাৎ পৰ্তুগীজ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সাপ্তাহিক উপাৰ্জনৰ প্ৰায় আঢ়ৈ গুণ লাভ কৰে মেছীয়ে। উপাৰ্জনৰ ক্ষেত্ৰত নেইমাৰে মেছীৰ ঠিক কাষতে আছে। পিএছজিতাৰকা ফুটবলাৰজনৰ সাপ্তাহিক দৰমহা ৮লাখ ৩৬হাজাৰ ডলাৰ। প্ৰকাশিত তালিকাৰ তৃতীয় স্থানত আছে লুইছ ছোয়াৰেজ, চতুৰ্ত স্থানত আছে আঁতোয়ান গ্রিজমান , আনহাতে পঞ্চম স্থানত আছে ৰিয়েল মাদ্ৰিদৰ তাৰকা গেৰেথ বেল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ