--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া ছবিৰ সফলতাৰ যাত্ৰা৷ কমেডি ছবি 'লোকেল উৎপাতে' এতিয়া উৎপাত লগাইছে অসমৰ ছবিঘৰত। একেৰাহে তিনি সপ্তাহে নিজৰ জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম হৈছে ছবিখনে। এই তিনি সপ্তাহৰ সময়ছোৱাত ১ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ছবিখনে৷ ১৩ মে'ত মুক্তি লাভ কৰা প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ এই ছবিখন পৰিচালনা হৈছে কেনী বসুমতাৰী।

অসমৰ ৩৫টা ছবিগৃহত মুক্তি লাভ কৰা ছবিখনৰ বক্স অফিচ কালেকচনে অলপতে ১ কোটিৰ ঘৰ স্পৰ্শ কৰে।  উল্লেখ্য যে, বক্স অফিচত সফলতা লাভ কৰাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে ৰাজ্যৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ কথা চিন্তা কৰা হৈছে। দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷

'লোকেল উৎপাত'ৰ এই সফলতাৰ পাছত বহুতেই ছবিখনৰ লগত জড়িত কলা-কুশলীক শুভেচ্ছা জনায়৷ লগতে দৰ্শকৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে পৰিচালকসহ অভিনেতা কলা-কুশলীসকলে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?