--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও শংকৰ লোধ আৰু কাৰ্তিক লোধ নামৰ দুজন লোকৰ বাসগৃহ জ্বলি ছাই হয় ৷

ডিজিটেল ডেস্ক: লামডিঙত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। লামডিঙৰ অফিচাৰ্চ কলনীৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটি ৷ 


অগ্নিকাণ্ডত জাহ যায় পৰিয়ালৰ এটাৰ বাসগৃহ৷ এই অগ্নিকাণ্ডত এটি ৰন্ধন গেছৰ চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটে ৷ 


এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও শংকৰ লোধ আৰু কাৰ্তিক লোধ নামৰ দুজন লোকৰ বাসগৃহ জ্বলি ছাই হয় ৷ 


ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী, ৰে’লৱে আৰক্ষী আৰু অসম আৰক্ষী উপস্থিত হৈ জুইয়ে আৰু বিধ্বংসী ৰূপ লোৱাৰ পূৰ্বে নিয়ন্ত্ৰণ কৰে ৷ 


অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷ 


জুই লগাৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ