--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০টা বেগত পেক কৰা এই চুপাৰীখিনি ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল।

ডিজিটেল ডেস্কঃ লামডিং ৰেলৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে।


সোমবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত ১৫৯০৯ Down অৱধ অসম এক্সপ্ৰেচৰ পাৰ্চেল ডব্বাৰ পৰা প্ৰায় ১৪০০ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী জব্দ কৰে আৰক্ষীয়ে।


২০টা বেগত পেক কৰা এই চুপাৰীখিনি ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল।


জব্দ কৰা চুপাৰীৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।


যদিও এই ঘটনাত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই, ৰে’ল আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ