--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এইবাৰ পশুধন নহয়,অসমীয়া লোকৰ হাতী চুৰ কৰি লৈ গল নগা দুৰ্বৃত্তই। ঘটনাটো সংঘটিত হৈছে মৰিয়নিৰ দেৱেৰাপাৰাত।

ডিজিটেল ডেস্কঃ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত অসমৰ গঞাৰ গোহালীৰ পৰা নগাই গোধন লৈ যোৱাতো কোনো নতুন কথা নহয়।


কিন্তু এইবাৰ পশুধন নহয়,অসমীয়া লোকৰ হাতী চুৰ কৰি লৈ গল নগা দুৰ্বৃত্তই। ঘটনাটো সংঘটিত হৈছে মৰিয়নিৰ দেৱেৰাপাৰাত।


দেৱেৰাপাৰাৰ পাপু হাজৰিকা আৰু মামু হাজৰিকা নামৰ ভাতৃদ্বয়ৰ পোহনীয়া হাতীটো দেবেৰাপাৰৰ সমীপৰ মৰঙ্গিয়ালত বান্ধি থওঁতে নগাই চুৰ কৰি লৈ যায়।


পৰৱৰ্তী সময়ত নাগালেণ্ডৰ লুংফা বস্তীত হাতীটো নগাই আবদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰে হাতীটোৰ গৰাকীয়ে।কিন্ত নগাই হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ফন কৰি ধন দাবী কৰাৰো অভিযোগ পৰিয়ালটোৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement