--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৈথিলীৰ যোৱা জুন মাহত ২৫ বছৰ বয়স সম্পূর্ণ হৈছিল। বিধানসভাৰ নিৰ্বাচনৰ কেইদিনমান পূর্বেহে মৈথিলীয়ে বিজেপিত যোগ দিছিল।

ডিজিটেল ডেস্ক : বিহাৰৰ লোকসংগীতৰ জনপ্রিয় শিল্পীৰ পৰা ৰাজনীতিক হিচাপে আত্মপ্রকাশ কৰা মৈথিলী ঠাকুৰে তেওঁৰ প্ৰথমটো নির্বাচনতে জয়ৰ মুখ দেখিবলৈ সক্ষম হয়। ২৫ বছৰীয়া মৈথিলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী আৰ জে ডিৰ হেভিৱেইট প্রার্থী বিনোদ মিশ্রক ১১,৭৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।


নির্বাচনত জয়ী হোৱাৰ পাছতে মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কনিষ্ঠতম বিধায়িকা হিচাপে পৰিগণিত হ'ল। মৈথিলীৰ যোৱা জুন মাহত ২৫ বছৰ বয়স সম্পূর্ণ হৈছিল। বিধানসভাৰ নিৰ্বাচনৰ কেইদিনমান পূর্বেহে মৈথিলীয়ে বিজেপিত যোগ দিছিল।


আনহাতে, লক্ষণীয়ভাৱে দাৰভাংগা জিলাৰ আলীগড় আসনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে জয়লাভ কৰিলে। জয়লাভ কৰিয়েই মৈথিলীয়ে কয় যে তেওঁ আলীগড়ৰ নাম সলনি কৰাৰ প্ৰচেষ্টা চলাব। যুৱ শিল্পীগৰাকীৰ এই অভূতপূর্ব বিজয়ত প্রধানমন্ত্রী মোদীয়েও তেওঁক অভিনন্দন জনায়।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু