--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক আশ্বাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত যুৱকজনৰ জিম্মাৰ পৰা ২৫ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰা হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে পুনৰ এক সফলতা লাভ কৰিছে ৰূপহীহাট আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ গুনাবাড়ি পুঠিখাইতীত আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।


ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক আশ্বাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত যুৱকজনৰ জিম্মাৰ পৰা ২৫ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰা হৈছে। 


জব্দকৃত ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৩.১৭ গ্ৰাম বুলি জানিব পৰা গৈছে। 


এই ঘটনাৰ সৈতে ড্ৰাগছ ব্যৱসায়ৰ আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে বৰ্তমান ধৃত আশ্বাদুলক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?