--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বলীউডত খলকনি তোলা মোহময়ী অভিনেত্ৰী জানভি কাপুৰে ছ'ছিয়েল মিডিয়াত প্ৰায়ে যুৱ চামক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে৷ ইনষ্টাগ্ৰামত দিয়া এক ভিডিঅ'ত আকৰ্ষণীয় বিকিনি পৰিধান কৰা জানভিৰ সৌন্দৰ্যতাই এতিয়া অনুৰাগীৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে৷

শেহতীয়াকৈ জানভিয়ে বিকিনি পৰিধান কৰি মালদ্বীপত মনোৰঞ্জনৰ সময় পাৰ কৰা ভিডিঅ' আৰু ফটোৱে বিশেষ চৰ্চাত আহিছে৷ এই ভিডিঅ'টি লোৱাৰ সময়ত জানভিয়ে এখন পৰ্যটন আৰু অৱসৰৰ বিনোদনৰ এখন আলোচনীৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল৷

বিভিন্ন ব্যক্তিগত তথা ব্যৱসায়িক কাম-কাজৰ শেহতীয়া তথ্য অভিনেত্ৰীগৰাকীয়ে নিজৰ একাউণ্টৰ জৰিয়তে প্ৰায়ে ছেয়াৰ কৰি আহিছে৷ শেহতীয়া এইটো ভিডিঅ'ৱে এতিয়া জানভিক যথেষ্ট চৰ্চালৈ আনিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ