--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৰ্ণ'গ্ৰাফীৰ অভিযোগত স্বামী গ্ৰেপ্তাৰ হোৱাৰ পাছতে ভাগি পৰিছিল মোহময়ী বলীউড অভিনেত্ৰী শিল্পা ছেট্টী। আনকি এক টেলিভিছন ৰিয়েলিটী শ্ব'ত কান্দি পেলাইছিল শিল্পাই। অন্তৰ ডাঠ কৰি সিদ্ধান্ত লৈছিল বিচ্ছেদৰ।

পিছে ঘটনাই ল'লে নতুন মোৰ। জামিনত মুক্তি লাভ কৰিলে অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰা। দুমাহৰ অন্তত স্বামীৰ মুক্তিৰ লগে লগেই ছ'চিয়েল মিডিয়াত শিল্পাৰ ভুমুকি, লিখিলে মনৰ বতৰা। কঠিন সময় পাৰ কৰি যেন স্বস্তি ঘূৰাই পাইছে শিল্পাই।

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট শ্বেয়াৰ কৰিলে শিল্পাই লিখিলে যে, ৰামধেনুৱে এইটোৱে প্ৰমাণ কৰিবলৈ আছে যে এজাক বেয়া ধুমুহাৰ পাছতো এক মনোমোহা পৰিৱেশ আহিব পাৰে। স্ৱামীৰে বিচ্ছেদিত হ'বলৈ ওলোৱা শিল্পাৰ মন ঘূৰিল নেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ