--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ্মসূত্ৰে মুম্বাইত থকাৰ পিছতো কংগনা ৰানাৱট মানালীত থাকে বুলি তেওঁ বাৰে বাৰে কৈ আহিছে।

 

শেহতীয়াকৈ, মানালীৰ পাহাৰত নিজৰ বাবে এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছে নায়িকাই, প্ৰাসাদৰ ভিতৰচৰাৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নায়িকা গৰাকীয়ে।

 

হিমাচলৰ এটা ঘৰৰ পৰম্পৰাগত ভিতৰৰ অংশৰ দৰেই ঘৰৰ ভিতৰৰ অংশ সম্পূৰ্ণ কাঠৰে নিৰ্মিত।

 

মজিয়াত ডিজাইনিং কাৰ্পেট, চিলিঙত ওলমি থকা পোহৰৰ চেণ্ডেলিয়াৰ, ড্ৰয়িং ৰুমৰ আচবাব আদিও চকুতলগা।

 

ড্ৰয়িং ৰুমত আছে এখন বিলিয়াৰ্ডছ বৰ্ড ।

 

তিনিটা শোৱনী কোঠাৰ ফটো শ্বেয়াৰ কৰিছে কংগনাই। এটা কোঠাৰ থিম কালাৰ হল বেবী পিংক।

 

আনটো শোৱনী কোঠাৰ ৰং পাতল সেউজীয়া আৰু বগা ৰঙৰ সংমিশ্ৰণ। বিচনাৰ কাষতে এখন ডাঙৰ আইনা।

 

আন এটা শোৱনী কোঠাৰ ৰঙো কাঠৰ ৰঙৰ দৰেই। কংগনাৰ প্ৰাসাদৰ এনে শোভাৱৰ্দ্ধনে স্বাভাৱিকতে সানি দিছেহি এক নান্দনিক স্পৰ্শ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক