--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাতঃভ্রমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ। মৃত যুৱকজন নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: মঙলদৈত সংঘটিত হৈছে এক শোকাৱহ পথ দুর্ঘটনা। নিশা পথৰ কাষৰ লাইট পোষ্টত খুন্দা মৰাৰ ফলত এজন যুৱকৰ মৃত্যু।


২ নং বেজপাৰাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। নিশা হোৱা ঘটনা ৰাতিপুৱাহে পোহৰলৈ আহে।


প্ৰাতঃভ্রমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ। মৃত যুৱকজন নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে।


শ্যামল শৰ্মা মঙলদৈৰ ড্ৰীম থিয়েটাৰৰ অপাৰেটৰ আছিল। নিশা নিজৰ কৰ্মস্থলীৰ পৰা শ্যামলে ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাত লাইট পোষ্টত খুন্দিয়াই পথৰ কাষতে থকা এটা মেটেকা ভৰ্তি খাৱৈত পৰাত দুৰ্ঘটনাটো সংঘটিত হয়।


প্ৰাতঃ ভ্ৰমণলৈ যোৱা একাংশ লোকে প্ৰথমে পথৰ ওপৰত মোবাইলটো প্ৰত্যক্ষ কৰাৰ পিছতহে মেটেকাৰ মাজত যুৱকজন প্ৰত্যক্ষ কৰে।


এই ঘটনাকলৈ সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ