--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • ৰাজ্যখনৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা জব ফেয়াৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেমৰক এআই কোম্পানীত ১২৫ টা খালী পদৰ বাবে নিযুক্তি দিয়া হ'ব।

ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন পথ মুকলি কৰি মেঘালয়ে অহা ১৭ নৱেম্বৰত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিবলৈ ওলাইছে এক বিশেষ কৃত্ৰিম বুদ্ধিমত্তা বা এআই জব ফেয়াৰ। চিলঙৰ ষ্টেট কনভেনচন চেণ্টাৰত আয়োজন কৰা হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠিত এআই প্ৰতিষ্ঠান চেমৰক এআইৰ চিলংস্থিত কাৰ্যালয়ৰ বাবে মুঠ ১২৫ টা পদত নিযুক্তি প্ৰদান কৰা হ'ব।

ৰাজ্যখনৰ তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগে চেমৰক এআইৰ সহযোগত এই নিযুক্তি মেলাৰ আয়োজন কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, এই ১২৫ টা পদৰ ভিতৰত ১১৫ টা পদ নতুন স্নাতকসকলৰ বাবে সংৰক্ষিত কৰা হৈছে আৰু বাকী ১০ টা পদ অভিজ্ঞ পেছাদাৰীসকলৰ বাবে আৱণ্টন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ