--°C
Loading...
Listen to Article
2 min read
80%
২২ চ'ত, বুধবাৰ ইং ৬ এপ্ৰিল, ২০২২ 

১. মেষ ৰাশি (অ,ল) : -মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হ'ব,সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ হ'ব,শুভ সংবাদ লাভ কৰিব লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা বাঢ়িব যদিও কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে জেষ্ঠ্য ব্যক্তিৰ পৰা সামান্য মনত কষ্ট পোৱাৰ যোগ দেখা যায়। 

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

৮. বৃশ্চিক ৰাশি (ন,য): -বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সম্পত্তি বাঢ়িব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বাঢ়িব পাৰে লগতে কৰ্মত আনৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হ'ব, খেলুৱৈসকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

১২. মীন ৰাশি( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, কৰ্মত সফলতা লাভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন