--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: স্বাধীন ভাৰতৰ সপোন বাস্তৱত পৰিণত কৰা মহামানৱ মহাত্মা গান্ধীৰ অৱদান সৰ্বজনবিদিত৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ১৫২সংখ্যক জন্মদিনত সুঁৱৰিছে দেশবাসীয়ে৷ মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ উপলক্ষে দেশজুৰি পালন কৰা হৈছে ‘গান্ধী জয়ন্তী’৷

দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী দেশপ্ৰেমীয়ে আজিৰ এই দিনটো বিশেষভাৱে পালন কৰিছে৷ গুৱাহাটীৰ গান্ধী মণ্ডপত মহামানৱলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো৷ ইয়াৰ উপৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে গান্ধী জয়ন্তী উপলক্ষে বিশ্বৰ পৰা শান্তি স্থাপনৰ আহ্বান জনাইছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গান্ধী জয়ন্তী উপলক্ষে শিলপুখুৰীত চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এসপ্তাহৰ ভিতৰত শিলপুখুৰী পৰিষ্কাৰ কৰাৰ লক্ষ্য কৰা বুলিও জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ