--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মূৰত শিং গজাৰ কথা ক’লেও হয়তো কোনেও বিশ্বাস নকৰিব৷ কিন্তু তেনে এক অবিশ্বাস্য ঘটনাই ঘটিছে এগৰাকী বৃদ্ধৰ ক্ষেত্ৰ ৷য়েমেনৰ এজন বৃদ্ধ ব্যক্তিৰ  মূৰত শিং গজাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে৷লোকজনৰ  বয়স কিমান সেয়া কোনেও ক’ব নোৱাৰে৷ কিন্তু লোক জডনৰ মতে তেওঁৰ বয়স ১৪০ বছৰ! 

কিন্তু  মূৰত গজি উঠা কাটি পেলাবলৈ চেষ্টা কৰাৰ সময়তে লোক জনৰ মৃত্যু ঘটা বুলি সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ য়েমেনৰ বহু  সংবাদ মাধ্যমে তেনে বাতৰিয়েই প্ৰকাশ কৰিছে৷আলী অন্তৰ নামৰ বৃদ্ধজনক বহুতে  'য়েমেনৰ ছাগলী-মানৱ' বুলি কৈ আহিছে।খবৰ অনুসৰি ১০০ বছৰ বয়সৰ পিছত তেওঁৰ মূৰত শিং গজিবলৈ  আৰম্ভ কৰে। তেতিয়াৰে পৰা তেওঁ বিখ্যাত হৈ পৰে। 

শিং দুটাৰ এটা শিং সৰু আছিল, আনটো আকাৰত ডাঙৰ আছিল।  শিং গজি উঠাৰ  পিছত আলীয়ে বিভিন্ন সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছিল।শেহতীয়াকৈ তেওঁৰ শিং কাটিবলৈ চেষ্টা কৰা হৈছিল। য়েমেনৰ স্থানীয় বাতৰি কাকতসমূহে দাবী কৰিছে যে এজন অপ্ৰশিক্ষিত ব্যক্তিয়ে  অস্ত্ৰোপচাৰ কৰি লোকজনৰ শিং দুটা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই অঘটন ঘটিল৷ অস্ত্ৰোপচাৰৰ তিনি দিনৰ পিছতে  আলীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে মানুহজনে এনে 'নিষ্ঠুৰ' অস্ত্ৰোপচাৰৰ আঘাতৰ সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটি লৈছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা