--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম প্ৰসংগৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে সুস্মিতা সেনে। কিছুদিনৰ আগতে ললিত মোডীৰ সৈতে নাম সাঙোৰ খাইছিল সুস্মিতা সেনৰ। দৰাচলতে অভিনেত্ৰীগৰাকীতকৈ বহু ডাঙৰ ললিত মোডীৰ সৈতে প্ৰেমৰ খবৰ অহাৰ লগে লগে বহুতে সুস্মিতাক ধন-টকা পইচাৰ লোভী বুলি অভিহিত কৰিছিল। বহুতে সুস্মিতাক গল্ড ডিগাৰ বুলি কৈছিল। 

এতিয়া বহু মাহৰ পাছত অভিনেত্ৰীগৰাকীয়ে লোভী বুলি কোৱাৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে। নিজৰ বক্তব্যত অভিনেত্ৰীগৰাকীয়ে এনে এটা কথা কৈছে যে ট্ৰ’লাৰসকলে হয়তো অলপ লাজো পাব পাৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ললিত মোডীৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে সেইটোও এটা বেলেগ পৰ্যায়। সুস্মিতা কয়- ‘মিমবোৰ বৰ সুন্দৰ আহি আছে। মজা লাগিছে। কিন্তু কি জানে, যদি আপুনি কাৰোবাক লোভী বুলি কয় তেন্তে তেওঁক মনিটাইজ নকৰিব।

আৰু সুষমিতা সেনে ক'লে- মোক গল্ড ডিগাৰ কৈছে মই সোণ নহয়, হীৰা ভাল পাওঁ।' বাৰু...সেয়াও আছিল এটা বেলেগ অভিজ্ঞতা আৰু এটা বেলেগ পৰ্যায় য’ত বহু কথা ঘটিছিল। যদি মই কাৰোবাক বিয়া কৰাব বিচাৰো তেন্তে বিয়া কৰাম। মই চেষ্টা নকৰো।

কিছুদিনৰ আগতে ললিত মোডীৰ সৈতে সুস্মিতা সেনৰ ফটো ভাইৰেল হৈছিল। এই ফটোবোৰত দেখা ললিত-সুস্মিতাক ৰোমান্টিক মুডত দেখা গৈছিল। এই ফটোবোৰ ভাইৰেল হোৱাৰ লগে লগে ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। এই ফটোবোৰ ভাইৰেল হোৱাৰ লগে লগে সুস্মিতাক বহুত ট্ৰ’ল কৰা হ’ল। সম্প্ৰতি সুস্মিতা সেনক পুনৰ দেখা গৈছে তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰোহমান চাদৰ সৈতে। ইয়াৰ পিছত খবৰ আহিবলৈ ধৰিছে যে দুয়ো আকৌ একেলগে আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান