--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ কাম আৰু কথাৰ বাবে প্ৰায়ে শিৰোনামত থাকে ছলমান খান৷শেহতীয়াকৈ বলীউডৰ তাৰকা ছলমান খানে বলীউডৰ আগন্তুক চলচ্চিত্ৰ ফেৰেৰ প্ৰদৰ্শনীত অংশ লৈছিল, য’ত তেওঁক এযোৰ ফটা আৰু ম্লান হোৱা জোতা পিন্ধি থকা দেখা গৈছিল।

চলচ্চিত্ৰখনৰ স্ক্ৰীনিঙৰ পৰা ছলমানৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে। বৰ্তমান অনুৰাগীসকলেও ছলমানৰ এই পৰিধানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ডাৰ্ক চাৰ্ট আৰু ফৰ্মেল পেণ্ট পিন্ধা ছলমানক তেওঁৰ জোতাযোৰৰ বাবেহে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এজন অনুৰাগীয়ে লিখিছে, "এতিয়া নতুন ট্ৰেণ্ড আৰম্ভ হ'ব।" আন এজনে উল্লেখ কৰিলে, "বাৰু! সেই জোতাযোৰ হয়তো তেওঁৰ বাবে আৰামদায়ক হ'ব !!" 

উল্লেখ্য যে সেইদিনা ছলমানে ফেৰেৰ স্ক্ৰীনিঙত অংশ লৈছিল। এই অনুষ্ঠানত ছলমানে টাইগাৰ-৩ৰ সহ-অভিনেত্ৰী তথা ঘনিষ্ঠ বন্ধু কেটৰিনা কাইফৰ সৈতেও পোজ দিছিল।কেটৰিনা আৰু ছলমানক শেষবাৰৰ বাবে মনীষ শৰ্মাৰ টাইগাৰ-৩ত দেখা গৈছিল।বৰ্তমান ছবিখনে বক্স অফিচত আশাপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক