--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মডেলিং জগতত জিলিকিল অসম কন্যা৷ লক্ষ্ণৌত ড্রীমজ প্রডাকচন হাউছৰ দ্বাৰা আয়োজিত ‘মিষ্টাৰ, মিছ এণ্ড মিছেছ ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ত জিলিকিল গুৱাহাটীৰ উদেষ্ণা বৰা৷ এই সৌন্দর্য প্রতিযোগিতাত গুৱাহাটীৰ উদেষ্ণা বৰাই ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ খিতাপ লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷

ভূপালৰ শ্রেয়া তালৱাৰ আৰু দিল্লীৰ নিশা গুলীয়াই ক্রমে প্রথম ৰানার্ছ আপ আৰু দ্বিতীয় ৰানার্ছ আপ ৰূপে বিবেচিত হয়৷ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ পৰা ৪০ গৰাকী যুৱতীয়ে মিছ ছুপাৰ মডেল ইণ্টাৰনেশ্বনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে সৌন্দর্য প্রতিযোগিতাৰ উপৰি অভিনয় জগততো সফলতা অৰ্জন কৰা উদেষ্ণা বৰাই গুৱাহাটীতে স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত মুম্বাইৰ কে চি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা উদেষ্ণা বৰাই ৰোছন টানেজা স্কুল অৱ এক্টিঙত অভিনয়ৰ পাঠ্যক্রমত নামভর্তি কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান