--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ৱেব ছিৰিজ মিৰ্জাপুৰত মুন্না ভাইৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰা ব্ৰহ্মা মিশ্ৰৰ মৃত্যু হৈছে। খবৰ অনুসৰি, ২৯ নৱেম্বৰত অভিনেতাজনে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিছিল আৰু তেতিয়াই তেওঁ এজন চিকিৎসকৰ কাষ চাপিছিল। চিকিৎসকে তেওঁক এচিডিটিৰ ঔষধ দি ঘৰলৈ যাবলৈ দিছিল। কিন্তু আজি অভিনেতাজনক তেওঁৰ ভাড়াঘৰত মৃত অৱস্থাত পোৱা গৈছে।

ব্ৰহ্মা মিশ্ৰ মুম্বাইৰ এনলাক্স নগৰ চছাইটিত বাস কৰিছিল। ফ্লেটৰ চুবুৰীয়া লোকসকলে ব্ৰহ্মা মিশ্ৰৰ ৰূমৰ পৰা দুৰ্গন্ধ উলোৱা অভিযোগ দিয়ে আৰক্ষীক। তাৰ পিছত আৰক্ষীলোক ঘটনাস্থলীত উপস্থিত হৈ দেখে যে, অভিনেতাজনৰ ঘৰৰ দুৱাৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি ৰখা হৈছিল। সেয়েহে, ডুপ্লিকেট ছাবি লৈ আৰক্ষী লোকে ঘৰটোত প্ৰবেশ কৰে। ফ্লেটটোত প্ৰৱেশ কৰাৰ পিছত, আৰক্ষীয়ে ব্ৰহ্মাৰ মৃতদেহ বাথৰূমত অৰ্ধ-পচা হৈ নগ্ন অৱস্থাত ইদ্ধাৰ কৰে৷ ব্ৰহ্ম মিশ্ৰৰ ভাতৃ সন্দীপৰ ভাষ্যৰ ওপৰত আৰক্ষীয়ে অভিনেতাজনৰ মৃত্যুৰ প্ৰতিবেদন পঞ্জীয়ন কৰিছে আৰু মুম্বাই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যহত ৰাখিছে৷। সন্দেহ কৰা হৈছে যে অভিনেতাজনৰ হৃদ আক্ৰমণৰ ফলতে হঠাৎ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ