--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা ৰণবীৰ সিঙে এখন আলোচনীৰ বাবে নগ্ন ফটো শ্বুট কৰি ছ’চিয়েল মিডিয়াক ধুমুহাৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰৰ পৰা ৰণবীৰৰ ছবিবোৰ নেটিজেনসকলৰ মাজত বিশেষ ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। কিন্তু নিজৰ সুশ্ৰী শৰীৰ এইদৰে প্ৰকাশ্যে দেখুওৱা ৰণবীৰেই প্ৰথম নহয়। বলীউডৰ বহু তাৰকাই কেমেৰাৰ সন্মুখত এনেকৈ নগ্ন ৰূপ দেখুৱাই সাহসী ফটোশ্বুট কৰিছে। কোন কোন আছে এই তালিকাত?

এই তালিকাৰ শীৰ্ষত আছে মহিলাসকলৰ ক্ৰাছ তথা ছুপাৰমডেল মিলিন্দ সোমন আৰু তেওঁৰ সৈতে আছে মধু ছাপ্ৰে। বহু বছৰৰ আগতে তেওঁলোকে কেমেৰাৰ সন্মুখত পোছাক পৰিধান নকৰাকৈ ফটোশ্বুট কৰিছিল। মিলিন্দৰ ডিঙিত আছিল সৰ্প। পৰৱৰ্তী সময়ত ২০২০ চনত ৫৫ সংখ্যক জন্মদিন উপলক্ষে গোৱাৰ হ্ৰদত আকৌ নগ্ন হৈছিল এই ছুপাৰ মডেলগৰাকী। কিন্তু ইয়াৰ বাবে তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

১৯৯১ চনত কণ্ডমৰ এটি বিজ্ঞাপনৰ বাবে কেমেৰাৰ সন্মুখত নগ্ন হৈ পৰিছিল অভিনেতা পূজা বেদী। সেই সময়ত তেওঁৰ সাহসী পদক্ষেপে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

মিষ্টাৰ পাৰ্ফেকচনিষ্ট খ্যাত আমিৰ খানো আছে এই তালিকাত। ব্লকবাষ্টাৰ ‘পিকে’ৰ এটা দৃশ্যৰ বাবে নগ্ন হ’বলগীয়া হৈছিল আমিৰ খান।

অভিনেতা জন আব্ৰাহামেও ২০২১ চনত ইনষ্টাগ্ৰামত নিজৰ এখন নগ্ন ফটো পোষ্ট কৰিছিল। বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰৰ ছবিয়ে ছ’চিয়েল মিডিয়াত লগাইছিল তোলপাৰ।

অভিনেতা কালকী ক’চলিনেও কেমেৰাৰ সন্মুখত উলংগ হোৱাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু