--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ ভাবুকি লাভ কৰাৰ এমাহৰ পাছতেই অভিনেতা ছলমান খানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। শুকুৰবাৰে বিয়লি আৰক্ষী আয়ুক্ত বিবেক পাংছালকাৰক সাক্ষাৎ কৰে বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে।

মৃত্যুৰ ভাবুকি পোৱাৰ পিছতে কিছু সাৱধানতা ল’বলৈ প্ৰস্তুত হৈছে ছলমান খান। নিজৰ প্ৰাণৰ প্ৰতি লক্ষ্য ৰাখি ভাইজানে বন্দুক ৰাখিব বিচাৰে বুলিও ইতিমধ্যে অৱগত কৰিছে। এইবিষয়ে তেওঁ আৰক্ষী আয়ুক্তক লিখিতভাৱেও অনুৰোধ জনায়। শুকুৰবাৰে বিয়লি ছলমান খানে মুম্বাইত আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। দক্ষিণ মুম্বাইত থকা নিজৰ কাৰ্যালয়লৈ যায় অভিনেতাজনে। এটা ব্যক্তিগত বন্দুক ৰখাৰ অনুমতি বিচাৰি আবেদন কৰে ছলমান খানে।

মন কৰিবলগীয়া যে, জুন মাহত খোজকাঢ়ি গৈ থাকোঁতে পদপথত মৃত্যুৰ ভাবুকি পাইছিল ছলমান খানৰ পিতৃ ছেলিম খানে। ছলমান খানক হত্যাৰ ভাবুকি দিয়া হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে খান পৰিয়ালে বান্দ্ৰা থানাত এজাহাৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ