--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পূর্ব মেদিনীপুৰৰ জুনপুট উপকূলীয় গাঁৱত এই পৰীক্ষণ ক্ষেত্ৰ স্থাপনৰ যো-জা চলিছে।

ডিজিটেল ডেস্ক: ভাৰতৰ সামৰিক অস্ত্ৰ পৰীক্ষণ কাৰ্যসূচীলৈ আহিছে সু-খবৰ। পশ্চিমবংগৰ পূৰ্ব মেদিনীপুৰ জিলাত শীঘ্রেই স্থাপন হ'ব দেশৰ বিভিন্ন যুদ্ধাস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র। পূর্ব মেদিনীপুৰৰ জুনপুট উপকূলীয় গাঁৱত এই পৰীক্ষণ ক্ষেত্ৰ স্থাপনৰ যো-জা চলিছে। 


দেশৰ প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ') ওড়িশাৰ চণ্ডীপুৰত থকা ইয়াৰ সংহত পৰীক্ষণ ক্ষেত্ৰৰ পৰিপূৰক হিচাপে পূর্ব মেদিনীপুৰত এটা ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্ৰ স্থাপনৰ বাবে ২০২৪ চনৰ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক প্রস্তাৱ দিছিল। কিন্তু পূৰ্বৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰে পৰীক্ষণ ক্ষেত্ৰৰ বাবে ভূমি দান কৰা নাছিল। 


পশ্চিম বংগত বিজেপি শাসনলৈ অহাৰ পাছত যোৱা শুকুৰবাৰে মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই পৰীক্ষণ ক্ষেত্ৰ স্থাপনত সেউজ সংকেট প্রদান কৰে। উল্লেখযোগ্য যে চণ্ডীপুৰৰ পৰীক্ষণ ক্ষেত্ৰ আৰু অন্ধ্রপ্রদেশৰ প্ৰস্তাৱিত পৰীক্ষণ ক্ষেত্ৰৰ পাছত এইটো হ'ব দেশৰ তৃতীয়টো বৃহৎ পৰীক্ষণ ক্ষেত্র।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ