--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সংগীত জগতত সংযোজন হ'ল এটি নতুন অসমীয়া সুমধুৰ গীত। ‘মধুৰাগ’ শীৰ্ষক গীতটিৰ ভিডিঅ' দেওবাৰে মুকলি কৰা হয়।

কুঁহিপাত ক্রিয়েচনৰ বেনাৰত নিৰ্মিত আৰু প্ৰবীণ বৰাই কণ্ঠদান কৰা মিউজিক ভিডিঅ' 'মধুৰাগ' ৰাজগড়ৰ অভিনয়াত মুকলি কৰা হয়। 

ভিডিঅ'টো মুকলি কৰে গায়ক প্রবীণ বৰা, পৰিচালক ৰাজাচৰণ সিং, সহকাৰী পৰিচালক আলোকিতা শইকীয়া, অভিনেত্রী বৈভৱী গোস্বামী, অভিনেতা সৌৰভজ্যোতি কলিতা আৰু শংখ প্রতীমে। 

ভিডিঅ'টো পৰিচালনা কৰিছে চলচ্চিত্ৰ পৰিচালক ৰাজাচৰণ সিঙে।

অভিনয় কৰিছে বৈভৱী গোস্বামী আৰু সৌৰভজ্যোতি কলিতাই। 

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গায়ক প্রবীণ বৰা, চলচ্চিত্ৰ পৰিচালক আৰু সম্পাদক দেৱাংকৰ বৰগোহাঁই আৰু কথক নৃত্যশিল্পী বি পাল্কী।

গীতটি শ্ৰোতা-দৰ্শকে আদৰি ল’ব বুলি আশাবাদী ‘মধুৰাগ’ টীম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু