--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰে উত্তৰ প্ৰদেশত কিদৰে মহটিয়াই নিছিল কৃষকক!
ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চাঞ্চল্য। প্ৰতিবাদেৰে পথ অৱৰোধ কৰি ৰখা কৃষকৰ দেহৰ ওপৰেৰে চলিছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ কনভয়ৰ গাড়ী।


অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ সেই গাড়ীত আছিল বুলি অভিযোগ উঠিছে। চাৰিজনকৈ কৃষকৰ মৃত্যু হৈছিল এই ঘটনাত। ৰাজ্যখনৰ লখিমপুৰ খেৰীত সংঘটিত এই অঘটনে দেশ ৰাজনীতি উত্তাল কৰি তুলিছে।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, আন বিৰোধী দলৰ নেতাৰ লগতে বিজেপি নেতায়ো শ্বেয়াৰ কৰিছে এই চাঞ্চল্যকৰ ভিডিঅ’। ইতিমধ্যে আশীষ মিশ্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। প্ৰিয়ংকা গান্ধীয়ে এই ভিডিঅ’ প্ৰচাৰ কৰি গাড়ীৰ গৰাকী আৰু আৰোহীক ততকালে গ্ৰেপ্তাৰৰ দাবী তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক