--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনযোগে কথা বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ত দুয়োজন নেতাই ৱেগনাৰৰ বিদ্ৰোহ আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে নিউজ এজেন্সী ৰয়টাৰে এই তথ্য প্ৰদান কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনৰ ক্ৰেমলিনৰ উদ্ধৃতিৰে ৰয়টাৰে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনেও দ্বিপাক্ষিক সহযোগিতাৰ বাবে সমসাময়িক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। দুয়োগৰাকী নেতাই ৰাছিয়া আৰু ভাৰতৰ মাজত বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যৌথ প্ৰকল্পসমূহ অব্যাহত ৰখাৰ গুৰুত্বৰ কথা উল্লেখ কৰে।

দৰাচলতে য়েভগেনী প্ৰিগোজিনৰ নেতৃত্বত গঠিত ব্যক্তিগত সামৰিক বাহিনী ৱেগনাৰ গোটে যোৱা শনিবাৰে (২৪ জুন) বিদ্ৰোহ কৰিছিল। কিন্তু যেতিয়া তেওঁৰ লোকসকল মস্কোৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰ (১২০ মাইল) দূৰত আছিল, তেতিয়া প্ৰিগোজিনে নিজৰ যোদ্ধা বিমান প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস