--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মোদীৰ পাছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে ৬৩% সমর্থন লাভ কৰি তালিকাত দ্বিতীয় স্থান পায়।

ডিজিটেল ডেস্ক: বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে পুনৰ পৰিগণিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকা ভিত্তিক মতামত গৱেষণা প্রতিষ্ঠান, মর্নিং কনছাল্টে চলোৱা এটা সমীক্ষাত ৭০% সমর্থন পাই নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ জনপ্রিয় নেতাৰ তালিকাত শীর্ষস্থান লাভ কৰে। 


আনহাতে, মোদীৰ পাছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে ৬৩% সমর্থন লাভ কৰি তালিকাত দ্বিতীয় স্থান পায়। বিশ্বৰ ২৪খন গণতান্ত্রিক দেশত চলোৱা মর্নিং কনছাল্টৰ এই সমীক্ষাৰ ৭৪% লোকে জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ কাম-কাজত অসন্তুষ্টি প্রকাশ কৰাৰ বাবে তেওঁ বিশ্বৰ আটাইতকৈ কম জনপ্রিয় বিশ্বৰ নেতা হিচাপে পৰিগণিত হয়। মার্কিন গৱেষণা প্রতিষ্ঠানটোৱে ৭ দিনীয়া এই সমীক্ষা চলাইছিল। 


আনহাতে, চেক গণৰাজ্যৰ প্রধানমন্ত্রী এণ্ড্ৰেজ বাবিজে ৫৫% সমর্থন পাই বিশ্বৰ তৃতীয় জনপ্রিয় নেতাৰ স্থান লাভ কৰিছে। ইফালে, ৭৫% লোকে অসন্তুষ্টি প্রকাশ কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনো এজন কম জনপ্রিয় নেতাৰ তালিকাত সন্নিৱিষ্ট হৈছে। আনহাতে, শেষৰ ফালৰ পৰা তালিকাত দশম স্থান লাভ কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ট্রাম্পে ৩৮% লোকৰ সমৰ্থন লাভ কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ