--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাক্তন ক্ৰিকেটাৰ তথা পূব দিল্লীৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে দ্বিতীয়বাৰৰ বাবে ভাবুকী লাভ কৰিছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ পৰা৷ উল্লেখ্য যে বুধবাৰে ‘ISIS কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ কিছু সময়ৰ পাছতে দ্বিতীয়বাৰৰ বাবে মৃত্যুৰ ভাবুকীhttps://pragnews.com/as/prag-horoscope-li/ লাভ কৰিছে সাংসদগৰাকীয়ে।

"isiskashmir@gmail.com" নামৰ ই-মেইলৰ পৰা অহা ভাবুকীৰ সন্দৰ্ভত ইতিমধ্যে সাংসদগৰাকীয়ে দিল্লী আৰক্ষীৰ কাষ চাপিছে। ইতিমধ্যে প্ৰথমটো ভাবুকী লাভৰ পাছতে গম্ভীৰৰ বাসগৃহত নিৰাপত্তা কটকটিয়া কৰা হৈছে বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীয়ে৷

উল্লেখ্য যে বিজেপি সাংসদগৰাকীয়ে পাকিস্তানৰ পৰা সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ সৰৱ সমালোচনা কৰি আহিছে। গম্ভীৰলৈ অহা দ্বিতীয়টো ভাবুকীত উল্লেখ কৰে যে, "আমি আপোনাক হত্যাৰ লক্ষ্য কৰিছো৷ কিন্তু বাছি গ'ল কালি৷ যদিহে আপুনি আপোনাৰ পৰিয়ালৰ জীৱনক ভাল পায়, তেন্তে ৰাজনীতি আৰু কাশ্মীৰ বিষয়টোৰ পৰা আঁতৰি থাকক৷" ইয়াৰ উপৰি দ্বিতীয়টো মেইলত গৌতম গম্ভীৰৰ দিল্লীৰ বাসগৃহৰ বাহিৰৰ কিছু দৃশ্যেও প্ৰেৰণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক