--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্ধনগ্ন চেলিব্ৰিটীৰ অনুষ্ঠানে জোকাৰিছে মস্কো৷ মস্কোৰ নাইট ক্লাবত শেহতীয়াকৈ অনুষ্ঠিত এটা নৈশ পাৰ্টীত অৰ্ধনগ্ন পোছাক পৰিধান কৰা চেলিব্ৰিটীয়ে ৰাছিয়াত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া

ইউক্ৰেইনৰ সৈতে যুদ্ধমগ্ন ৰাছিয়াৰ এই পাৰ্টীৰ প্ৰতিক্ৰিয়াই চুইছে পুটিনবাহিনীকো৷ এই অনুষ্ঠানৰ ফলত এজন ৰেপাৰে ইতিমধ্যে ১৫ দিনৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছে৷ নিকোলাই ভাচিলিয়েভ নামৰ এজন ৰেপাৰ, তেওঁক অপৰম্পৰাগত যৌন সম্পৰ্ক প্ৰচাৰৰ বাবে কাৰাদণ্ড আৰু জৰিমনা বিহা হৈছিল। 

পুটিনৰ মুখপাত্ৰ দিমিত্রি পেচকভৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। নিৰাপত্তা সেৱা সংযোগ থকা বাজা নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে অনুষ্ঠানটোৰ ফুটেজ আৰু ফটো পুটিনৰ ওচৰলৈ গৈছিল৷ এই বিতৰ্কই ৰাছিয়াত সংবাদ শিৰোনাম দখল কৰিছে৷ তাৰ বিপৰীতে কণীৰ মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ দৰে আন গুৰুত্বপূৰ্ণ বাতৰিবোৰ হৈ পৰিছে ম্লান৷

উল্লেখযোগ্য যে ২১ ডিচেম্বৰত মস্কোৰ মুটাবৰ নাইট ক্লাবত অনুষ্ঠিত এই পাৰ্টীটো ব্লগাৰ আনাস্তাছিয়া (নষ্টিয়া) ইভলীভাৰ দ্বাৰা আয়োজন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ