--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিত্ৰ পৃথিৱীখনৰ বহুতো লোক বহু সময়ত বিভিন্ন প্ৰকাৰৰ বেমাৰৰ সন্মুখীন হয়। যিবোৰ আচহুৱা ৰোগে মাজে-সময়ে সংবাদ শিৰোনামো দখল কৰে। তেনেকুৱা এক আচহুৱা ৰোগে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে। এজন মানুহে লক্ষ্য কৰিছিল যে তেওঁৰ মুখৰ ভিতৰভাগ ক’লা হৈ আছে আৰু তাত ‘চুলি’ গজি গৈছে। চিকিৎসকে তেওঁক এক উমৈহতীয়া কেল্ড লিংগুয়া ভিলোচা নিগ্ৰা বা ক’লা হেয়াৰী টংগো ৰোগত আক্ৰান্ত বুলি ধৰা পেলাইছে। তেওঁৰ নাম হৈছে উজুৱেলি হাৰমেলছ। ৫০ বছৰ বয়সৰ এইজন ব্যক্তিয়ে তেওঁৰ দেহত অস্বাভাৱিক অৱস্থা দেখা পোৱা পাছত ডাৰ্মাটোলজী ক্লিনিকলৈ গৈছিল তেতিয়াই তেওঁক চিকিৎসকসকলে এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পেলাইছিল। কিছুদিনৰ আগতে লোকজনৰ ষ্ট্ৰোক হৈছিল তাৰ তিনিমাহৰ পাছতে লোকজনে এই ৰোগত আক্ৰান্ত হৈছে। চিকিৎসকসকলে ই এক ভাইৰাছজনিত ৰোগ বুলি চিহ্নিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক