--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেঁকোৰাৰ মুখত মানুহৰ দৰে দাঁত! আচৰিত যেন লাগিলেও এয়াই সত্য। জানিবলৈ পোৱা মতে,  ৰাছিয়াৰ উপকূলত উদ্ধাৰ হৈছে এই অদ্ভুত আকৃতিৰ জীৱটো।

এজন মাছমৰীয়াই দাঁতযুক্ত কেঁকোৰাটোৰ ফটো তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছত ছবিখন নিমিষতে ভাইৰেল হৈ পৰে। ছবিখন পোহৰলৈ অহাৰ পাছত সকলে মনত প্ৰশ্ন জাগিছে কেঁকোৰা নে পোকেমন?

পূৰ্বতেও এনে অদ্ভুত দৃশ্য সাগৰীয় জীৱৰ মাজত দেখিবলৈ পোৱা গৈছিল। বিগত সপ্তাহত আমেৰিকাৰ মাছমৰীয়াই সন্ধান পাইছিল ব্যতিক্ৰমী ৰঙা ফৰিঙৰ। ২মিলিয়ন ফৰিঙৰ মাজতহে এনে ফৰিঙৰ সন্ধান পোৱাটো সম্ভৱপৰ বুলি পৰৱৰ্তী সময়ত প্ৰকাশ পাইছিল। সম্প্ৰতিড, কেঁকোৰাটোক লৈ অব্যাহত আছে কৌতুহলৰ। অৱশ্যে, সমুদ্ৰ উপকূলত সন্ধান পোৱা এই কেঁকোৰাটোৰ বিষয়ে সৱিশেষ জানিবলৈ পোৱা হোৱা নাই এতিয়ালৈকে...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি