--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু চৰ্চাৰ মাজতে ক্ৰীড়াপ্ৰেমীৰ বাবে এক আশাপ্ৰদ খবৰ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ ২০২৪ৰ বাবে মুম্বাই ইণ্ডিয়ানছলৈ  হাৰ্দিক পাণ্ডিয়া ঘূৰি অহাৰ সম্ভাৱনা আছে৷ গুজৰাট টাইটানছৰ অধিনায়কগৰাকীয়ে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্‌লৈ পুনৰ ঘূৰি যোৱাৰ গুণাগথাঁ চলিছে।


ক্ৰিকেটনেক্সট ডট কমৰ মতে, পাণ্ডিয়াৰ এম আইলৈ উভতি অহাটো অধিনায়কৰ প্ৰত্যক্ষ বিনিময় হ’ব পাৰে৷ৰোহিত শৰ্মাই গুজৰাট টানটান্‌ছৰ অধিনায়কৰ গুৰুদায়িত্ব ল’ব পাৰে৷ৰোহিতক হেৰুৱাটো এম আইৰ বাবে হয়তো সহজ নহ’বও পাৰে কাৰণ ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছক পাঁচটা খিতাপ জয়ত নেতৃত্ব প্ৰদান কৰিছে।


এম আইয়ে ৰোহিতৰ পৰা অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে জোফ্ৰা আৰ্চাৰৰ ঠাইত হাৰ্দিকক দলত যোগদান কৰিবলৈ অনুৰোধ কৰিব পাৰে।মুম্বাইৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰা হাৰ্দিকে ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত চাৰিটা খিতাপ জয়ৰ সময়ত মুম্বাইৰ অংশ আছিল।২০২২ চনত হাৰ্দিকে গুজৰাটত যোগদান কৰি অধিনায়ক হিচাপে প্ৰথমবাৰতে জয়লাভ কৰে। ২০২৩ চনতো ফাইনেললৈ পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট উপনীত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক